అర్థం : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ఉదాహరణ :
সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
పర్యాయపదాలు : শ
అర్థం : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
ఉదాహరణ :
৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে