అర్థం : উপদ্রৱ কৰি জপিওৱা
ఉదాహరణ :
যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে
పర్యాయపదాలు : লৰা ঢপৰা
అర్థం : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ
ఉదాహరణ :
মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে
పర్యాయపదాలు : দৌৰা-দৌৰি