అర్థం : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
ఉదాహరణ :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
పర్యాయపదాలు : নোম
అర్థం : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
ఉదాహరణ :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
పర్యాయపదాలు : নোম