అర్థం : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
ఉదాహరణ :
দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
పర్యాయపదాలు : লেপন দিয়া
అర్థం : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
ఉదాహరణ :
ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে