అర్థం : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
ఉదాహరణ :
লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
పర్యాయపదాలు : চকৰি
అర్థం : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
పర్యాయపదాలు : লাটিম