అర్థం : এটা বস্তু আন এটা বস্তুৰে স্পর্শিত হোৱা
ఉదాహరణ :
যাওঁতে যাওঁতে মোৰ হাতখন বিজুলীৰ খুটাত লাগি গʼল
పర్యాయపదాలు : চুই পোৱা
అర్థం : কোনো কামত দৃঢ়তাৰে লাগি থকা
ఉదాహరణ :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
పర్యాయపదాలు : লগা