అర్థం : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
ఉదాహరణ :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
పర్యాయపదాలు : যোৰা
అర్థం : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
ఉదాహరణ :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
పర్యాయపదాలు : যোৰা