అర్థం : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ఉదాహరణ :
আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
పర్యాయపదాలు : মেৰ
అర్థం : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
ఉదాహరణ :
আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ