అర్థం : মিশ্রণ কৰা বা মিহলোৱা কার্য
ఉదాహరణ :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
పర్యాయపదాలు : মিহলি
అర్థం : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ఉదాహరణ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
పర్యాయపదాలు : সংমিশ্রণ