అర్థం : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ఉదాహరణ :
সাধুসকল মোহত নপৰে
పర్యాయపదాలు : মোহ
అర్థం : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
ఉదాహరణ :
শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়