అర్థం : মটমট শব্দ উৎপন্ন কৰা
ఉదాహరణ :
বাহনিডৰাত জুই লগাৰ কাৰণে বাঁহবোৰ মৰ-মৰ কৰিবলৈ ধৰিছে
పర్యాయపదాలు : মট-মট কৰা
అర్థం : কোনো বস্তু আদিৰ মচমচকৈ শ্্ব্দ হোৱা কার্য
ఉదాహరణ :
মই বহাৰ লগে-লগে খাতিয়াখনে মটমটাবলৈ ধৰিছে
పర్యాయపదాలు : কেটকেটোৱা