అర్థం : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
ఉదాహరణ :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
పర్యాయపదాలు : মাজু
అర్థం : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
ఉదాహరణ :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
పర్యాయపదాలు : মধ্যমীয়া