అర్థం : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
ఉదాహరణ :
বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
పర్యాయపదాలు : ভৰি যোৱা
అర్థం : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
ఉదాహరణ :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
పర్యాయపదాలు : ভৰোৱা