అర్థం : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ఉదాహరణ :
মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
పర్యాయపదాలు : বোজা
అర్థం : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ఉదాహరణ :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
పర్యాయపదాలు : বোজা
అర్థం : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ఉదాహరణ :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
పర్యాయపదాలు : বোজা