అర్థం : ভাজ্যক ভাজকেৰে হৰণ কৰিলে পোৱা সংখ্যা বা অংক
ఉదాహరణ :
বিশক চাৰিৰে হৰণ কৰিলে ভাগফল পাঁচ পোৱা যায়
పర్యాయపదాలు : ভাগ-ফল
అర్థం : ভাগ কৰাৰ পিছত বাকী ৰোৱা শেষ অংশ যাক বিভাজ্যৰে আৰু বিভাজন কৰিব নোৱাৰি
ఉదాహరణ :
এই ভাগৰ প্রশ্নক সমাধান কৰোতে ভাগফল এক আহিল