అర్థం : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ఉదాహరణ :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
పర్యాయపదాలు : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
అర్థం : পৃথক বা বেলেগ হোৱা
ఉదాహరణ :
মুন্নাৰ এটা দাঁত ভাগিল