అర్థం : কিলাৰ দেৱালৰ অলপ দূৰে দূৰে থকা ত্রিকোণাকৃতিৰ ঠাই
ఉదాహరణ :
বুৰুজৰ আঁৰৰ ্পৰা সৈন্যই যুদ্ধ কৰিছিল
అర్థం : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
ఉదాహరణ :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
పర్యాయపదాలు : মিনাৰ