అర్థం : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
ఉదాహరణ :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
పర్యాయపదాలు : বিৰহ
అర్థం : কোনো সংখ্যাৰ পৰা কোনো সংখ্যা আঁতৰোৱা কার্য
ఉదాహరణ :
বিয়োগ কৰাৰ পিছত উত্তৰ চাৰি হʼল