అర్థం : ব্যাপক হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
মহাপুৰুষ কবীৰৰ ৰচনাৰাজিৰ পৰা তেওঁৰ জ্ঞানৰ ব্যাপকতাৰ বিষয়ে জানিব পাৰি
పర్యాయపదాలు : ব্যাপকতা
అర్థం : বিশাল বা বহুত ডাঙৰ হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
সেই ভৱনটোৰ বিশালতাই সকলোকে আকর্ষিত কৰে