అర్థం : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
ఉదాహరణ :
চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
పర్యాయపదాలు : আন্দোলন
అర్థం : কোনো অপ্রিয় বা অনিষ্ট ঘটনাৰ কাৰণে মনত হোৱা বিকাৰ
ఉదాహరణ :
বিক্ষোভ কেইবা প্রকাৰৰো হয়