అర్థం : কোনো বিষয়ত কোনো মতবিৰোধ হোৱাৰ কাৰণে বিৰোধ বা অসন্তোষ ভাব দেখুৱাৰ কাৰণে কৰা ত্যাগ
ఉదాహరణ :
গান্ধীজীয়ে বিদেশী বস্তুৰ বহিষ্কাৰ কৰিছিল
పర్యాయపదాలు : বহিষ্কৰণ
అర్థం : বাহিৰ কৰা বা উলিয়াই পঠোৱা ক্রিয়া
ఉదాహరణ :
অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ কাৰণে সমাজৰ পৰা ৰামুক বহিষ্কাৰ কৰা হʼল