అర్థం : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
ఉదాహరణ :
শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
అర్థం : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
ఉదాహరణ :
কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
పర్యాయపదాలు : বজ্রাঘাত