అర్థం : ছেদ কৰা কার্য
ఉదాహరణ :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
పర్యాయపదాలు : ছেদন
అర్థం : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ఉదాహరణ :
এই ঢোলকটো ফুটি থাকিল
పర్యాయపదాలు : ফুটি থকা
అర్థం : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ఉదాహరణ :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব