అర్థం : ফিলিপাইছৰ অধিবাসী
ఉదాహరణ :
এই মহাবিদ্যালয়খনত কেইজনমান ফিলিপিনোই পঢ়ে
పర్యాయపదాలు : ফিলিপাইন বাসী, ফিলিপাইন-বাসী, ফিলিপাইনবাসী
అర్థం : ফিলিপাইনছৰ ভাষা
ఉదాహరణ :
ইয়াত বিনামূলীয়াকৈ ফিলিপিনো শিকোৱা হয়
అర్థం : ফিলিপাইনছ বা ফিলিপাইনছৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
আমেৰিকাই ফিলিপিনো যুদ্ধৰ বন্দীসকলক মুক্তি দিলে
పర్యాయపదాలు : ফিলিপিনি