అర్థం : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
ఉదాహరణ :
নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
అర్థం : যʼত ফল লাগি আছে
ఉదాహరణ :
খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
అర్థం : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
ఉదాహరణ :
ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
పర్యాయపదాలు : ফলদায়ী