అర్థం : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
ఉదాహరణ :
তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
పర్యాయపదాలు : ফলমূল
అర్థం : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
ఉదాహరణ :
ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
పర్యాయపదాలు : প্ৰতিফল