అర్థం : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
ఉదాహరణ :
কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
పర్యాయపదాలు : কনডাক্টৰ
అర్థం : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
ఉదాహరణ :
মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
పర్యాయపదాలు : সঞ্চালক