అర్థం : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ఉదాహరణ :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
పర్యాయపదాలు : খেলনা
అర్థం : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ఉదాహరణ :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
పర్యాయపదాలు : পুত্তলিকা