అర్థం : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ఉదాహరణ :
আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
పర్యాయపదాలు : কপাট
అర్థం : তর্জুৰ ্পাল্লা
ఉదాహరణ :
তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
పర్యాయపదాలు : পালা