అర్థం : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ఉదాహరణ :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
అర్థం : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ఉదాహరణ :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
పర్యాయపదాలు : পীৰা