అర్థం : কোনো বস্তু উপভোগ কৰিবলৈ বা কোনো কাম কৰাৰ অধিকাৰ প্রদান কৰাৰ হেতু প্রদান কৰা এক ধৰণৰ বিশেষ টিকট
ఉదాహరణ :
ৰাজুৱে ৰেল যাত্রাৰ কাৰণে এমাহৰ পাছ উলিয়ালে
పర్యాయపదాలు : প্রৱেশিকা পত্র
అర్థం : যিটো গ্রহণ কৰা হৈ গৈছে
ఉదాహరణ :
লোকসভাত গৃহীত বিধেয়কখন সোনকালেই বলৱৎ হʼব
పర్యాయపదాలు : গৃহীত