అర్థం : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
ఉదాహరణ :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
పర్యాయపదాలు : চানা
అర్థం : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
ఉదాహరణ :
মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
పర్యాయపదాలు : চীজ