అర్థం : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
ఉదాహరణ :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
పర్యాయపదాలు : নিযুক্ত কৰা
అర్థం : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
ఉదాహరణ :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
పర్యాయపదాలు : পঠিওৱা, ৰাওনা হোৱা
అర్థం : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
ఉదాహరణ :
পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
పర్యాయపదాలు : ৰাওনা