అర్థం : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
ఉదాహరణ :
নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
అర్థం : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
ఉదాహరణ :
আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
పర్యాయపదాలు : লেবু