అర్థం : কোনো কামৰ কাৰণে বহুতৰ মাজৰ পৰা এজনক বা কিছুমানক প্রতিনিধি হিচাপে বাচনি কৰা কার্য
ఉదాహరణ :
আগন্তুক লোকসভাৰ নি্র্বাচন প্রস্তুতি আৰম্ভ হৈ গৈছে
పర్యాయపదాలు : ইলেকচন
అర్థం : নি্র্বাচিত বস্তু বা ব্যক্তি
ఉదాహరణ :
এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
పర్యాయపదాలు : পচন্দ