అర్థం : মনে মনে থকা অৱস্থা বা কার্য
ఉదాహరణ :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
పర్యాయపదాలు : নিৰবতা, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
అర్థం : প্রায়ভাগেই মনে মনে থকা বা মনৰ ভাৱবোৰক মনতে ৰাখোতা
ఉదాహరణ :
তেওঁ নিমাত স্বভাৱৰ পৰা সকলোৱে আমনি পায়
పర్యాయపదాలు : অল্পভাষী