అర్థం : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
ఉదాహరణ :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
పర్యాయపదాలు : সংস্থাপনহীন
అర్థం : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
ఉదాహరణ :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
పర్యాయపదాలు : বেৰোজগাৰ
అర్థం : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই
ఉదాహరణ :
বর্ত্্মান বহুত নিবনুৱা যুৱক আছে
పర్యాయపదాలు : জীৱিকাহীন