అర్థం : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ఉదాహరణ :
আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
పర్యాయపదాలు : অস্বীকাৰ
అర్థం : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ఉదాహరణ :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
పర్యాయపదాలు : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত