అర్థం : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ఉదాహరణ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
పర్యాయపదాలు : অৱতৰণ
అర్థం : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
ఉదాహరణ :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
పర్యాయపదాలు : হাউলা
అర్థం : ওপৰৰ পৰা তলৰ ফালে অনা
ఉదాహరణ :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে