అర్థం : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
ఉదాహరణ :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
పర్యాయపదాలు : নথিভুক্ত
అర్థం : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
ఉదాహరణ :
পিয়নজনে ফাইলটো লৈ গৈছে
పర్యాయపదాలు : ফাইল