అర్థం : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
ఉదాహరణ :
সন্তজন ধ্যানত লীন হৈ আছে
అర్థం : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
ఉదాహరణ :
ৰমেশে বৰ মনোযোগেৰে পঢ়ে
పర్యాయపదాలు : মনোযোগ