అర్థం : যিজনে ধনু লৈ থাকে
ఉదాహరణ :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
పర్యాయపదాలు : ধনুর্ধাৰী
అర్థం : ধনু ধাৰণ কৰোতা
ఉదాహరణ :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
పర్యాయపదాలు : ধনুর্ধাৰী