అర్థం : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
ఉదాహరణ :
কইনা দোলাত বহি আছে
అర్థం : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
ఉదాహరణ :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
పర్యాయపదాలు : পাল্কী
అర్థం : মন চঞ্চল হোৱা অৱস্থা
ఉదాహరణ :
ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
పర్యాయపదాలు : দোলা দিয়া