అర్థం : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
ఉదాహరణ :
আজিকালি আলুৰ দাম বহুত বাঢ়িল
పర్యాయపదాలు : দৰ
అర్థం : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ఉదాహరణ :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
పర్యాయపదాలు : মূল্য