అర్థం : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
ఉదాహరణ :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
పర్యాయపదాలు : দবোৱা
అర్థం : কোনো কথাক বাঢ়িবলৈ নিদিয়া
ఉదాహరణ :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
పర్యాయపదాలు : হেঁচি ৰখা