అర్థం : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ఉదాహరణ :
দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
అర్థం : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
ఉదాహరణ :
সুৰেশ দক্ষিণৰ অধিবাসী
అర్థం : দক্ষিণৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
పర్యాయపదాలు : দক্ষিণী