అర్థం : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
ఉదాహరణ :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
పర్యాయపదాలు : থকা
అర్థం : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
ఉదాహరణ :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
పర్యాయపదాలు : ৰৈ যোৱা