అర్థం : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
ఉదాహరణ :
তিনিৰ তিনিগুণ ন
అర్థం : দুগুণতকৈ আৰু এগুণ বেছি
ఉదాహరణ :
যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
అర్థం : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
ఉదాహరణ :
প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
పర్యాయపదాలు : তিনি গুণ