అర్థం : তাৰ সমান বা ৰূপৰ
ఉదాహరణ :
গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
అర్థం : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
ఉదాహరణ :
গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
పర్యాయపదాలు : তদনুকূল