అర్థం : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ఉదాహరణ :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
పర్యాయపదాలు : নোট
అర్థం : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ఉదాహరణ :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
పర్యాయపదాలు : নোট